আপোনাৰ PAN Cardখন কিমান পুৰণি? ১০ বা ২০ বছৰৰ পুৰণি পেন কাৰ্ড সলনি কৰিব লাগিব নেকি?

আপোনাৰ PAN Cardখন কিমান পুৰণি? ১০ বা ২০ বছৰৰ পুৰণি পেন কাৰ্ড সলনি কৰিব লাগিব নেকি?

Pan Card : পেন কাৰ্ড অত্যন্ত গুৰুত্বপূৰ্ণ নথি, যি এফালে পৰিচয় পত্ৰ, আনহাতে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ প্ৰধান সহায়ক।  কিন্তু পেন কাৰ্ড পুৰণি হ’লে কি কৰা উচিত? বহুতৰ ওচৰতে পুৰণি পেন কাৰ্ড আছে, সেয়া ১০, ২০ বছৰ পুৰণি। এই পুণি পেন কাৰ্ডবোৰ ৰং নষ্ট হৈ যোৱা দেখা যায়। স্বাক্ষৰো অস্পষ্ট

আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দিয়ালে মন্ত্ৰীৰ গাড়ীয়ে, কথমপি প্ৰাণৰক্ষা মন্ত্ৰীগৰাকীৰ

আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দিয়ালে মন্ত্ৰীৰ গাড়ীয়ে, কথমপি প্ৰাণৰক্ষা মন্ত্ৰীগৰাকীৰ

লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী। লালুকৰ পুখুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে। কথমপি প্ৰাণৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ। দুৰ্ঘটনাগ্ৰস্থ ফৰ্চুনাৰখনৰ নম্বৰ AR 01L 0028। পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ আছিলমন্ত্ৰীগৰাকী।

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

নগাঁৱৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সুনামত কালিকা সানিলে এজন শিক্ষকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে। অভিযোগৰ পাছতে অভিযুক্ত শিক্ষকক কাণত ধৰাই আঠুকঢ়ালে ৰাইজে। শিক্ষক গৰাকী অধৰ ঠাকুৰীয়া বুলি চিনাক্ত হৈছে। এই ঘটনাক লৈ বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক

দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

এটা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ। প্ৰবাদ অনুসৰি মন্দিৰটো বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল আৰু নিজেই ধংস কৰিছিল৷ লোকবিশ্বাস আছে যে মন্দিৰটোত পুজা অৰ্চনা কৰিলে যান বাহনৰ গৰাকী বা চালকৰ যানবাহন দুৰ্ঘটনা নহয় বা মংগল হয়৷ পৰ্যটকক হাত বাউলি মাতে ইয়াৰ মনোৰম দৃশ্যই। পৰ্যটনৰ নতুন সম্ভাৱনা হ’ব পাৰে এই ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ বা

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু…

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু । ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত । ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় । মৃত মহিলাগৰাকীৰ নাম খাদিজা বেগম । ঘটনা অনুসৰি ৰবিবাৰে সন্ধিয়া ৫:৩০ মান বজাত ৰেল লাইনত লাগি থকা ছাগলী আনিবলৈ যাওতে