গণ+পতি=গণপতি-যাৰ- সহজ অৰ্থ= গণ-মানে-সমূহ-নানা-সকলো। পতি-মানে-স্বামী-মালিক। অৰ্থাৎ-সকলোৰে স্বামী-মালিক। গণ+ঈশ=গণেশ- যাৰ সহজ অৰ্থ… গণ-মানে=সমূহ.. নানা,, সকলো। ঈশ_মামে=ঈশ্বৰ.. ভগৱান। মৰ্হষি=পাণিনিৰ মতে- গণ-মানে-দিশ-দিক। পতি =মানে-স্বামী। গণপতি-গণেশ-মানে- দশো দিশৰ স্বামী। গণপতি’ৰ ,, অনুমতি অবিহনে কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা আগমন কৰিব নোৱাৰে।। সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে গণপতি) গণেশৰ পূজা কৰি.. তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা
সাহিত্য চর্চা কেন্দ্র, অসমে গোৱালপাৰা জিলাৰ পটভূমি অথবা জিলাখনৰ কোনো ব্যক্তি বিশেষৰ জীৱন- কর্ম আধাৰিত সাহিত্য কৰ্মৰ বাবে প্ৰতি বছৰে একোগৰাকীলৈ লেখকক ‘সাহিত্য বঁটা’ প্রদান কৰি আহিছে। অনুষ্ঠানটোৱে ২০২৩ বৰ্ষৰ সাহিত্য বঁটা ‘সপোনৰ সদাগৰৰ সন্ধানত’ উপন্যাসখনৰ বাবে গুৰমাইল সিঙলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। চৰকাৰী চাকৰি সূত্রে গুৰমাইল সিঙে আজি কিছু
গুৱাহাটী ১৬ ছেপ্তেম্বৰ, ২০২৩ : বিজেপি-অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আজি খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত এখন যৌথ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সাংসদ পল্লর লোচন দাস, মুখ্য মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ উপ
গুৱাহাটী ১৬ ছেপ্টেম্বৰ: শেহতীয়াকৈ অ’ টি টি প্লেটফৰ্মত মুক্তিলাভৰ বাবে সেউজ সংকেত লাভ কৰিছে এখন অসমভিত্তিক চলচ্চিত্ৰ ‘কাণ্ডাৰী’য়ে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত সংবাদমাধ্যম আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিত চলচ্চিত্ৰখনে মুক্তিলাভ কৰে। অসমীয়া আৰু হিন্দী ভাষাত একেলগে মুক্তি পোৱা কাণ্ডাৰী এতিয়া চিএনডি প্লেত উপলব্ধ। পৰিচালক আৰ কেৰ প্ৰথম পৰিচালনাৰে নিৰ্মিত আৰু গুঞ্জন ভৰদ্বাজ,
মণিপুৰৰ জনগোষ্ঠীয় সংঘাতৰ বিষয়ে সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰিৰ মূল্যায়ন কৰিবলৈ এডিটৰচ গিল্ড অৱ ইণ্ডিয়াৰ ৩ জনীয়া দল এটা মণিপুৰলৈ গৈছিল। মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে প্ৰকৃত তথ্য বিচাৰি যোৱা এইদলটোৰ ৩জন সদস্য আৰু এডিটৰচ গিল্ডৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মণিপুৰ আৰক্ষীয়ে। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে, দলটোৱে দাখিল কৰা প্ৰতিবেদনখনত ভুল