এয়া এছিয়ান গেমছৰ পদক নহয়, ঘোচ লৈহে হাত দাঙিছে চৰকাৰী কৰ্মচাৰীয়ে। নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক হাতে-লোটে গ্ৰেপ্তাৰ।
এছিয়ান গেমছত জেভলিনত সোণ–ৰূপ দুয়োটাই ভাৰতৰ দখলত। নীৰজ–কিশোৰৰ ঈৰ্ষণীয় প্ৰদৰ্শন এছিয়াডত। নিজৰ প্ৰথম থ্ৰ’ৰ পিছত সিংহ গৰ্জন কৰা দেখা গৈছিল ভাৰতৰ গ’ল্ডেন বয় নীৰজক। কিন্তু টেকনিকেল কাৰণত সেয়া বাতিল হোৱাৰ
১৪২ দিনৰ পাছত জোনমনি ৰাভাৰ চূৰ্ণ–বিচূৰ্ণ গাড়ীত ওলাল এটা ম’বাইল ফোন। এই ম’বাইল ফোনটো জোনমণি ৰাভাৰ নে আন কাৰোবাৰ, তাক লৈ উদ্ৰেগ ঘটিছে প্ৰশ্নৰ। আজি জখলাবন্ধা থানাত থকা জোনমনিৰ চূৰ্ণ–বিচুৰ্ণ
সন্দেহ! স্বামীৰ সন্দেহৰ পৰিণতিত বোকাখাতৰ ৰজাবাৰী পল’ ক্লাবৰ সমিপত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ ভয়ংকৰ মৃত্যু। ঘৰৰ ভিতৰতে চটফটাই মৃত্যুক সাবটি ল’লে বিনীতা তাঁতী নামৰ মহিলাগৰাকীয়ে। পৰপুৰুষৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত আত্মবিশ্বাস
হতাশা এতিয়া সমাজৰ এক সোঁচৰা ব্যাধিৰ দৰে হৈ পৰিছে। নৱ প্ৰজন্মৰ বহুতেই এতিয়া হতাশাৰ চিকাৰ হৈছে। ঘৰ খনৰ মূল মানুহ জনো কেতিয়া হতাশাৰ চিকাৰ হৈ পৰাৰ ফলত ঘৰত নানান বেমেজালিয়ে