লিভ-ইন সম্পৰ্কঃ বিয়া পাতিবলৈ কোৱাৰ বাবে পত্নীৰ সৈতে মিলি প্ৰেমিকাক হত্যা…

লিভ-ইন সম্পৰ্কঃ বিয়া পাতিবলৈ কোৱাৰ বাবে পত্নীৰ সৈতে মিলি প্ৰেমিকাক হত্যা…

দেশত প্ৰতিদিনেই সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ইয়াৰ মাজতে পুনৰ এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে। এগৰাকী ২৮ বছৰীয়া যুৱতীক নৃশংসভাৱে হত্যা কৰে বিবাহিত প্ৰেমিকে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰত। ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে তেওঁৰ লিভ-ইন প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ পিছত হত্যা কৰাৰ অভিযোগ উত্থাপন

বনকৰা মহিলাৰ গাত ৰঙা জলকীয়া সনা শুভলক্ষ্মী দত্তই পালে ৰঙাঘৰ

বনকৰা মহিলাৰ গাত ৰঙা জলকীয়া সনা শুভলক্ষ্মী দত্তই পালে ৰঙাঘৰ

বনকৰা মহিলাক অমানুষিক অত্যাচাৰ চলাৰ পৰিণাম পালে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। অৱশেষত ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত। তিনি দিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল শুভলক্ষ্মী দত্তক। নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে শুভলক্ষ্মী দত্তক। আদালতৰ ৰায়দানৰ পিছতে

যাত্ৰীক অচেতন কৰি গাড়ীৰ চালকে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

যাত্ৰীক অচেতন কৰি গাড়ীৰ চালকে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অৰুণাচলৰ ইটানগৰত কৰ্মৰত নলবাৰীৰ মুকালমুৱাৰ যুৱকৰ পৰা নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিছে দুৰ্বৃত্তই ৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাপলাবড়ি (ৰংচোৱা) গাঁৱৰ ঋতু বৰ্মনক অচেতন কৰি এই ডকাইতিৰ ঘটনা সংঘটিত কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলৰ ইটানগৰত কৰ্মৰত ঋতু বৰ্মনে দেওবাৰে নিশা ইটানগৰৰ

১০ হাজাৰ টকাৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰিলে কনমানিক

১০ হাজাৰ টকাৰ বিনিময়ত পিতৃয়ে বিক্ৰী কৰিলে কনমানিক

ৰাজ্যত বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ ঘটনা। চিৰাঙৰ পাছত এইবাৰ শিশু বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ পৰা। পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত সংঘটিত হৈছে শিশু বিক্রীৰ ঘটনা। দয়াংমুখৰ ৰাধানগৰ গাঁৱত ২ বছৰীয়া কন্যা সন্তানক বিক্রী কৰিছে পৰিয়ালৰ লোকে। অভিযোগ অনুসৰি ১০ হাজাৰ টকাত শিশুটিক বিক্রী কৰিছে পাষাণ পিতৃ দিলীপ বিশ্বাসে। দ্বিতীয়টো

পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ…

পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ…

শিৱসাগৰৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণৰ কাণ্ড পোহৰলৈ আহিছে। বুধবাৰে সংঘটিত হয় এই ঘটনা। আমগুৰিস্থিত মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অপহৰণ ছাত্ৰগৰাকীক। অপহৃত ছাত্রজনৰ নাম অনিকীত দুৱৰী বুলি জানিব পৰা গৈছে। জানিব পৰা মতে তিনি দুৰ্বৃত্তই আহি বিদ্যালয়ৰ পৰাই অপহৰণ কৰে অনিকীতক।ইতিমধ্যে ঘটনা সন্দৰ্ভত