মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে জাৰি কৰিছে চমন

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে জাৰি কৰিছে চমন

অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলাই একগোট হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঋণ ৰেহাই দিবৰ বাবে আহ্বান জনায় ৷ ঋণী মহিলাসকলে সংবাদ মাধ্যমৰ আগত কয়, “আমাক ঋণ ৰেহাই দিয়ক । আপুনি আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, আমি কিন্তু আজিও ঋণ ৰেহাই নাপালো ৷” আনহাতে, গোটৰ সদস্যসকলক

পত্নীৰ সৈতে মন্দিৰত পূজা আগবঢ়ালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে

পত্নীৰ সৈতে মন্দিৰত পূজা আগবঢ়ালে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে

তেওঁ প্ৰায়ে কয় যে তেওঁ এজন গৌৰৱী হিন্দু। জি–২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিও ভাৰতীয় বংশোদ্ভূত এইগৰাকী ৰাজনীতিকে জনাইছিল, এবাৰ মন্দিৰলৈ যোৱাৰ ইচ্ছা। সেইমতেই জি–২০ সন্মিলনৰ মাজতে পত্নী অক্ষতা মূৰ্তিক লৈ দিল্লীৰ অক্ষৰ ধাম মন্দিৰত পূজা দিবলৈ গ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। দেওবাৰে পুৱা ৫.৪৫ বজাত পত্নীক লৈ দিল্লীৰ অক্ষৰধাম মন্দিৰত

বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে: শ্বোৱেইব আখতাৰ

বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে: শ্বোৱেইব আখতাৰ

“বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে। যোৱাবাৰ ভাৰতক বচাবলৈ বৰষুণ আহিছিল; আজি আমি বিপদত পৰিছিলোঁ আৰু আমাক বচাবলৈ বৰষুণ আহে।”-শ্বোৱেইব আখতাৰ শ্বোৱেইব আখতাৰে দেওবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ’ৰ মেচৰ ভাৰত-পাক যুঁজ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে । ৰাৱালপিণ্ডি এক্সপ্ৰেছ নামেৰে খ্যাত ৪৮ বছৰীয়া ছোৱেইব আখতাৰে কয় যে বৰষুণে

কৃত্ৰিম বানৰ বাবে লক্ষ্ণৌত সোমবাৰৰ দিনটোত প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিলে প্ৰশাসনে

কৃত্ৰিম বানৰ বাবে লক্ষ্ণৌত সোমবাৰৰ দিনটোত প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিলে প্ৰশাসনে

কৃত্ৰিম বানৰ বাবে লক্ষ্ণৌত সোমবাৰৰ দিনটোত প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিলে প্ৰশাসনে কৃত্ৰিম বানৰ কবলত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰধান চহৰ লক্ষ্ণৌ। শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ প্ৰায় প্ৰতিটো বাট-পথ এতিয়া ডুব গৈছে পানীৰ তলত। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ দিনটোত চহৰখনৰ প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিবলগীয়া হয় প্ৰশাসনে।

KBC : ‘কৌন বনেগা কৰৌড়পতি’ত হিমন্ত বিশ্ব শৰ্মা! কি প্ৰশ্ন কৰিলে অমিতাভ বচ্চনে?

KBC : ‘কৌন বনেগা কৰৌড়পতি’ত হিমন্ত বিশ্ব শৰ্মা! কি প্ৰশ্ন কৰিলে অমিতাভ বচ্চনে?

ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ‘কৌন বনেগা কৰোড়পতি’ত প্ৰশ্ন কৰা হৈছিল প্ৰতিযোগীক। জনপ্ৰিয় টেলিভিছন ৰিয়েলিটী শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ প্ৰতিজন দৰ্শকৰে প্ৰিয়। মেগাষ্টাৰ অমিতাভ বচ্চনে পৰিচালনা কৰা এই শ্ব’ৰ ১৫সংখ্যক সংস্কৰণ বৰ্তমান চলি আছে। প্ৰতি বছৰে এই শ্ব’ যেতিয়া আৰম্ভ হয়, ঠিক ৯ বজাৰ লগে লগে দৰ্শকসকল