ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

ডিব্ৰুগড়ৰ বকুল বাইপাছত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী খলিহামাৰীৰ মেহেক বুলি চিনাক্ত। সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ মাইজানৰ আজিজ আহমেদ উৰফে মুন্না নামৰ যুৱকজনক। ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

চাহ নহয়, এইবাৰ MBA মুৰ্গীৱালাই বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা…

চাহ নহয়, এইবাৰ MBA মুৰ্গীৱালাই বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা…

এমবিএ চাইৱালাৰ পাছত এইবাৰ এমবিএ মুৰ্গীৱালাৰ চৰ্চা। বিহাৰৰ গয়া জিলাৰ পৰায়া বজাৰৰ বাসিন্দা কুমাৰ গৌতম বনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ এমবিএ। বৰ্তমান মহমপুৰ মধ্য বিদ্যালয়ত শিক্ষকতা কৰে। তেওঁ শিক্ষকতা কৰাৰ লগতে কড়কনাথ মুৰ্গী আৰু কোৱেল চৰাইৰ ব্যৱসায়ো কৰে।যাৰফলত বছৰি তেওঁ লাখ লাখ টকা আয় কৰি আছে। গৌতমে কয় যে যেতিয়া কড়কনাথত

আজি ভাৰত-পাকিস্তানৰ বহু চৰ্চিত ক্ৰিকেট মেচ

আজি ভাৰত-পাকিস্তানৰ বহু চৰ্চিত ক্ৰিকেট মেচ

আকৌ সেই উত্তেজনা,উন্মাদনা-ৰোমাঞ্চ। বিশ্বৰ অন্যতম দুই চিৰপ্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান আজি মুখামুখি হ’ব এছিয়া কাপৰ মেচত। সম্প্ৰতি দুয়ো দেশৰ ক্ৰিকেট ব’ৰ্ড দ্বিপাক্ষিক শৃংখলা আয়োজনৰ পৰা বিৰত থকা বাবে কেৱল আই চি চিয়ে আয়োজন কৰা প্ৰতিযোগিতাসমূহতে দৰ্শকে ভাৰত-পাকৰ হাইভ’ল্টেজ মেচ দেখাৰ সৌভাগ্য ঘটে। সেই অনুসৰি আজি শ্ৰীলংকাৰ কেণ্ডিত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুুখামুখি হ’ব।

যাত্ৰীৰ বেগত নাই কাপোৰ, উদ্ধাৰ কৰিলে অজগৰসহ অৰ্ধশতাধিক বন্যপ্ৰাণী

যাত্ৰীৰ বেগত নাই কাপোৰ, উদ্ধাৰ কৰিলে অজগৰসহ অৰ্ধশতাধিক বন্যপ্ৰাণী

সাধাৰণতে কোনো যাত্ৰীয়ে গন্তব্যস্থললৈ যাব লগা হ’লে তেওঁৰ বেগত কাপোৰ-কানিকে ধৰি প্ৰয়োজনীয় আচবাব লৈ যোৱাটো স্বাভাৱিক। কিন্তু এগৰাকী যাত্ৰীৰ বেগৰ পৰা সাপ,বান্দৰ তথা অন্য বন্যপ্ৰাণী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাংগালুৰু বিমান বন্দৰত সংঘটিত বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ ঘটনাই প্ৰত্যক্ষদৰ্শীক হতচকিত কৰি তুলিছে। জানিব পৰামতে শুল্ক বিভাগৰ এটি দলে বিমান

ডিচেম্বৰ পৰ্যন্ত খুলিব সৌভাগ্যৰ দুৱাৰ! মঙ্গলৰ ৰাশি পৰিৱৰ্তনত এই ৩ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ টকা

ডিচেম্বৰ পৰ্যন্ত খুলিব সৌভাগ্যৰ দুৱাৰ! মঙ্গলৰ ৰাশি পৰিৱৰ্তনত এই ৩ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ টকা

ৰাশিচক্ৰৰ ওপৰত মঙ্গল গ্ৰহৰ অৱস্থান পৰিৱৰ্তনৰ প্ৰভাৱঃ জ্যোতিষত প্ৰতিটো গ্ৰহৰ নিজস্ব গুৰুত্ব আছে। কোৱা হয় যে প্ৰতিটো গ্ৰহেই নিজৰ নিৰ্দিষ্ট সময়ত নিজৰ অৱস্থান সলনি কৰে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ, ভাল-বেয়াই সকলোৰে জীৱনত প্ৰভাৱ পেলায়। ২২ অক্টোবৰত কন্যা ৰাশিৰ পৰা মংগল গ্ৰহে তুলা ৰাশিত প্ৰৱেশ কৰিব। এই সময়ছোৱাত সকলো ৰাশিৰ ওপৰত