আলফাৰ নামত ধন দাবী কৰিবলৈ আৰক্ষীৰ জালত তিনি ভূৱা আলফা

আলফাৰ নামত ধন দাবী কৰিবলৈ আৰক্ষীৰ জালত তিনি ভূৱা আলফা

মহানগৰীত আলফাৰ নামত ধন দাবী কৰিবলৈ গৈ দিছপুৰ আৰক্ষীৰ জালত পৰিল তিনি ভুৱা আলফা ৷ ধৃত যুৱক কেইজন হ’ল বিকি থাপা, তপন তালুকদাৰ,গৌতম তালুকদাৰ ৷ উল্লেখ্য যে,আটকাধীন তিনি যুৱকে মহানগৰীৰ সাতগাঁওৰ বাঘৰবৰীৰ দেৱ প্ৰকাশ ভাগৱতী নামৰ লোক এজনক ৬ ছেপ্তেম্বৰৰ নিশা ৭.৫০ বজাত আলফাৰ নাম লৈ ফোনযোগে ধন দাবী কৰিছিল

পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি)

পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি)

মুম্বাইৰ ৰেচিডেনচি হোটেলত ১০ ছেপ্টেম্বৰ অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়া চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি) আজুৰি আনিবলৈ সক্ষম হৈছে। এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰেলাৰ IDSFFK ৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। পৰিচালক পাৰ্থজিৎ

জ্বলি যোৱা এলুমিনিয়ামৰ কেৰাহী কেনেকৈ নতুন কৰি তুলিব, কিছু সহজ টিপছ জানি লওক

জ্বলি যোৱা এলুমিনিয়ামৰ কেৰাহী কেনেকৈ নতুন কৰি তুলিব, কিছু সহজ টিপছ জানি লওক

কেৰাহী আমাৰ পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ, যিটো আমি প্ৰতিদিনে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰো। পাকঘৰৰ আন বাচন-বৰ্তনবোৰ সহজে চাফা কৰিব পৰা যায় যদিও কেৰাহী চাফা কৰিবলৈ আমাৰ অধিক সময় লাগে। এই ব্যস্ত জীৱনত কেতিয়াবা আমি কেৰাহী চাফা কৰিবলৈ পৰ্যাপ্ত সময় নাপাওঁ। কেতিয়াবা চাফা কৰিবলৈ চেষ্টা কৰিলে ইমানেই জ্বলি যায় যে চাফা

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

অহা ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে৷ যোৱা ৫ ছেপ্টেম্বৰত ১,০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে এটা সপ্তাহ নৌহওঁতেই ১২ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা পুনৰ ৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে

শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনী

শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনী

উচ্ছেদিত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ, উচ্ছেদত নিয়োজিত আৰক্ষী কনিষ্টবলৰ আত্মহত্যাৰ পাছতো শিলসাঁকোত বেদখল উচ্ছেদ কৰিবলৈ নাচোৰবান্ধা অসম চৰকাৰে হঠাৎ কিয় বন্ধ কৰিলে উচ্ছেদ কাৰ্য? শিলসাঁকোৰ উচ্ছেদ বন্ধ হোৱাৰ আঁৰৰ কাহিনীৰ ভেদ ভাঙিলে ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে৷ শিলসাঁকো বিলত চৰকাৰে সাময়িকভাৱে উচ্ছেদ কাৰ্য বন্ধ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া