বিশ্বৰ কণিষ্ঠতম মহিলা চাৰ্টৰ্ড একাউণ্টেণ্ট; গিনিজ ৱৰ্ল্ড ৰেৰ্কডত ভাৰতৰ নন্দিনী আগৰৱাল…

বিশ্বৰ কণিষ্ঠতম মহিলা চাৰ্টৰ্ড একাউণ্টেণ্ট; গিনিজ ৱৰ্ল্ড ৰেৰ্কডত ভাৰতৰ নন্দিনী আগৰৱাল…

বিশ্বৰ কণিষ্ঠতম মহিলা চাৰ্টৰ্ড একাউণ্টেণ্ট হিচাপে গিনিজ ৱৰ্ল্ড ৰেৰ্কডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এগৰাকী সুকন্যা নন্দিনী আগৰৱাল। স্কুলীয়া দিনৰ পৰাই পঢ়া-শুনাত আগবঢ়া নন্দিনীয়ে দুটা শ্ৰেণী আগবাঢ়ি ১৩ বছৰ বয়সতেই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ পিছত ১৫ বছৰ বয়সত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয় আৰু ১৯ বছৰ বয়সতেই

বেংগালুৰত জিঘাংসু প্ৰেমিকক গ্ৰেপ্তাৰ

বেংগালুৰত জিঘাংসু প্ৰেমিকক গ্ৰেপ্তাৰ

লিভ ইন সংগীক প্ৰেছাৰ কুকাৰেৰে মৰিয়াই হত্যা (Bengaluru Man Kills Live-In Partner With Pressure Cooker) প্ৰেচাৰ কুকাৰেৰে নিজৰ লিভ ইন সংগীক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে বৈষ্ণৱ নামৰ ২৯ বছৰীয়া যুৱক। আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৫ বজাত লোকজনৰ সংগীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি দুয়োৰে মাজত কাজিয়া

পুনৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল জি-২০

পুনৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ’ল জি-২০

পুনৰ বিকৃত কৰা হ’ল বিহু নৃত্যৰ ৷ বিদেশী ৰাষ্ট্ৰ প্রধানৰ সমুখত অসমৰ সংস্কৃতি বুলি বিকৃত ৰূপত বিহুক উপস্থাপন কৰা হয়। উল্লেখ্য যে,জি ২০ সন্মিলনত অংশ গ্ৰহণৰ বাবে বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকক দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হৈছিল বিহু নৃত্যৰে। অৱশ্যে এইয়া অসমবাসীৰ বাবে গোৰৱৰ ক্ষণ ৷ কিন্তু

পুনৰ খাকী পোছাকত দাগ; পিঁয়াজ চোৰৰ ৰূপত খাকী পোছাকধাৰী

পুনৰ খাকী পোছাকত দাগ; পিঁয়াজ চোৰৰ ৰূপত খাকী পোছাকধাৰী

বজালীত আৰক্ষীৰ ধন দাবী আৰু নাজিৰাৰ আৰক্ষী বিষয়াকাণ্ডই আৰক্ষীৰ পোছাকত দাগ লগোৱাৰ পাছত এইবাৰ আন এক ঘটনাই পুনৰ লজ্জানত কৰিলে অসম আৰক্ষীক ৷ ৰক্ষকেই যেতিয়া ভক্ষকৰ ভূমিকা লয় ৷ তেতিয়া সৰ্বসাধাৰণনে কাৰ ওপৰত ভৰসা কৰিব ৷ বৃহস্পতিবাৰে নিশা ধুবু্ৰী চহৰৰ মাজমজিয়াৰ এটা অঞ্চলত সংস্থাপিত চিচিটিভিত বন্দী হোৱা এক দৃশ্যই পুনৰ

৪ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ গুণোৎসৱ

ৰাজ্যত পুনৰ গুণোৎসৱ ৷ ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া পঞ্চম পৰ্যায়ৰগুণোৎ‍সৱৰ দিন ঘোষণা কৰা হয়। সেই অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰিত হ’ব গুণোৎ‍সৱ। আনহাতে ৯ ৰ পৰা ১২ জানুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ