ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

ৰাজকন্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল বিশিষ্ট চিকিৎসক নৱনীল বৰুৱা

বহু চৰ্চিত তথা ৰাজ্য জোঁকাৰি যোৱা ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ পৰা অৱশেষত দোষমুক্ত হ’ল চিকিৎসক নৱনীল বৰুৱা। দিছপুৰ আৰক্ষীয়ে চিকিৎসকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি ১২০(বি)/২০১/২১২ ধাৰাত ৩৭20/2021 নম্বৰত ৰুজু কৰা গোচৰত কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণী সত্ৰ ন্যায়াধীশ আদালতে শুনানি গ্রহণ কৰি উপযুক্ত তথ্য-প্রমাণ নথকাত চিকিৎসক বৰুৱাক গোচৰটোৰ পৰা যোৱা

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ শুকুৰবাৰে শিলচৰৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৃথক বৰাক গঠনৰ দাবীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে পৃথক বৰাক হ’ব নে নাই ইয়াৰ সিদ্ধান্ত ল’ব বৰাকবাসীয়ে৷ যদি বৰাকবাসীয়ে পৃথক বৰাক বিচাৰে তেন্তে আমি বিৰোধিতা নকৰোঁ৷ আমি

শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ

শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ

🔴শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ 🔴৪ দিনৰ মূৰত উদ্ধাৰ কৃষ্ণা বাছফৰ নামৰ কিশোৰটিৰ মৃতদেহ 🔴NDRFৰ অভিযানত উদ্ধাৰ কিশোৰটিৰ মৃতদেহ 🔴বাকী দুগৰাকী কিশোৰৰ সন্ধানত অব্যাহত NDRFৰ অভিযান

মৰিগাঁৱতো সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন, সদৰ শাখা সমিতি গঠন

মৰিগাঁৱতো সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন, সদৰ শাখা সমিতি গঠন

নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্তেম্বৰ:– সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসটি মৰিগাঁৱতো বুধবাৰে দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে মৰিগাঁৱৰ নিপুণ ডেকা স্মৃতি সদনত পুৱা ৯ বজাত কবি সন্মিলনৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সভাপতি আবুল হাছেম আল আমানে আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিল্পী,কবি,শিক্ষাবিদ তথা সন্মিলনৰ উপদেষ্টা আশোক ডেকাই ৷

নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৬ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হৈ যায় । কামপুৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত দিৱসৰ পুৱা অনুষ্ঠানৰ পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পাছতে সদৌ অসম