শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জাৱানে মুক্তিৰ প্ৰথম দিনাই ভাৰতীয় বক্স অফিচত ৭৫ কোটি টকা উপাৰ্জন কৰি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিক পৰাস্ত কৰিছে। জৱানৰ পূৰ্বে ২০২৩ চনৰ আৰম্ভণিতে শ্বাহৰুখ খানৰ ছবি পাঠান মুক্তি পাইছিল। পাথানেও এই অভিলেখ ভংগ কৰি প্ৰথম দিনাই ৫৭ কোটি টকা সংগ্ৰহ কৰে। কিন্তু জৱানে প্ৰথম
‘‘মোৰ ডাঙৰ ছোৱালীজনীৰ কিবা হ’লে মই জীয়াই নাথাকো, মই ল’ৰা ছোৱালী কেইটা লৈ কিন্তু মৰি যাম। মই জীয়াই থাকিবলৈ ৰাস্তাই নাই কেনেকৈ জীয়াই থাকিম? মোৰ ৮ বছৰীয়া ল’ৰাটোৱে সোধে, পাপা কেতিয়া আহিব মা? মই ক’ৰ পৰানো আনি দিওঁ পাপাক? মইতো আজি এবছৰৰ পৰা গৈয়ে আছো থানাত। থানাত একো তদন্তই নহয়।
শুকান ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক শুকান ফল খাই আপুনি আপোনাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰে।শুকান ফলৰ ভিতৰত এবিধ অতি গুণকাৰী ফল হৈছে কিচমিচ।বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ কিচমিচে আমাৰ শৰীৰক বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে।কেৱল কিচমিচেই নহয়, ইয়াৰ পানীকো স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয়।কিচমিচ পানী
নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্টেম্বৰ:–বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শুক্ৰবাৰে ৯৭ সংখ্যক জন্মদিন। জন্মদিনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে এদল যুৱকে পৰিস্কাৰ কৰে সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ নগাঁও জিলাৰ কুঠৰীত থকা বাসগৃহটি । কাজিৰঙাৰ শৈক্ষিক-সাংস্কৃতিক- সামাজিক সংগঠন “কাজিৰঙা অধ্যয়ন চক্ৰ”ৰ উদ্যোগত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই চাফাই কাৰ্যসূচীত “কাজিৰঙা
নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্টেম্বৰ :–“আনন্দৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ ৰাধিকাম ঢেকিয়াল ফুকন ৰসায়ন বিজ্ঞান বিভাগত গৱেষণা পত্ৰিকা প্ৰকাশৰ প্ৰথমজন ভাৰতীয় আৰু ডক্টৰেট উপাধি লাভ কৰা প্ৰথমজন অসমীয়া আছিল।”—-এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক ড° প্ৰদীপ ফুকনৰ । বৃহস্পতিবাৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৬৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়