ডিব্ৰুগড়ৰ বাণীপুৰত জঘন্য কাণ্ড৷ এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি পাছত নৃশংসভাৱে হত্যা কৰা লোমহৰ্ষক ঘটনা এটাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা ডিব্ৰুগড়ৰ বাণীপুৰত এটা বাসগৃহৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহ ৷ ইয়াৰ পাছতে বাণীপুৰ অঞ্চলত হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ
পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ মাইকী গঁড়ৰ মৃতদেহ। বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ গঁড়টো। অক্ষত অৱস্থাত আছে খৰ্গটো। ইতিমধ্যে পবিতৰাৰ বন বিভাগে উদ্ধাৰ কাৰ্য চলাইছে ৷
ছাত্ৰীক জোকাই লকআপৰ আলহী হ’ল এজন চিকিৎসক। নিজকে চিকিৎসক বুলি পৰিচয় দি ৰাজপথত অশালীন ইংগিত দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক । ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। পাছত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক ৷ নিজকে চিকিৎসক বুলি পৰিচয় দিয়া ধৃত যুৱকজনৰ নাম
প্ৰখৰ ৰ’দত কুঁহিয়াৰৰ ৰস খালে মন-প্ৰাণ শীতল হৈ পৰে৷ কুঁহিয়াৰৰ ৰস অকল পিয়াহ পূৰাবলৈ খোৱা বুলি ভাবিলে ভুল কৰা হ’ব৷ কুঁহিয়াৰৰ ৰসত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ এইবিধ উপাদানে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে৷ কুঁহিয়াৰৰ ৰসৰ পৰা বিভিন্ন উপকাৰ পোৱা যায়৷ উল্লেখ কৰা হ’ল এনে কেইটামান
এপ্ৰিল মাহ সোমোৱাৰ লগে লগে ক্ৰমাৎ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰিছে৷ ফলত বাঢ়িছে গৰম৷ এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ কিন্তু প্ৰশ্ন হয়, অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত? প্ৰখ্যাত পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে,¸ পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ