ইলাচী সকলোৰে ঘৰত থাকে, বহুলোকে ইলাচী ব্যৱহাৰ কৰি বিভিন্ন ৰোগ আঁতৰাবলৈ চেষ্টা কৰে। আপুনি জানেনে যে খাদ্য অতি সুস্বাদু কৰাৰ উপৰিও ইলাচীৰ বহুতো গুণ আছে। ই প্ৰকৃততে আৰৱৰ এক মচলা, যাক মূলতঃ মধ্য এছিয়াৰ দেশবোৰত ব্যৱহাৰ কৰা হয়। ইয়াৰ জীৱাণু-ৰোধী ক্ষমতা আছে, ই শৰীৰত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধ কৰাত সহায়
মানিমুনি এবিধ বনৌষধি উদ্ভিদ ৷ ইয়াৰ বৈজ্ঞানিক নাম চেনটেলা ত্ৰিছয়াটিকা ৷ এইবিধ উদ্ভিদ সাধাৰণতে জেকা সেমেকা মাটিত হোৱা জলজ উদ্ভিদ ৷ ই একেলগে থূপ পাতি থাকে ৷ গা-গছৰ ঠাৰিডাল দীঘল হয় ৷ ফুলনিৰ বাগিচা, জলাশয় বা পুখুৰীৰ পাৰ আদিত ইয়াক সহজে পোৱা যায় ৷ ইয়াৰ পাতবোৰ খাজ কটা, সৰু, মিহি
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটৰ নাকাচেকিঙত পুৱা ৫ বজাত পুনৰ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ বিহালী আৰক্ষীৰ। তথ্য মতে বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বেই বিশেষ সূত্ৰৰ উমান পায় বুৰৈঘাটত নাকাচেকিঙ লগাই। ইয়াৰ পিছতে অৰুনাচলৰ নাহৰলগুনৰ পৰা ধুবুৰীলৈ লৈ যোৱা ML10-C-8375 গৰু ভৰ্তি ট্ৰাকখনৰ
চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ’ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম’বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে। যি হৈছে চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ।চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল
নিখোঁজ পাণবজাৰ মহিলা থানাৰ কনিষ্টবল শৰাইঘাট দলঙত উদ্ধাৰ গায়ত্ৰীৰ চেণ্ডেল, ম’বাইল, চশমা শিলসাঁকোৰ উচ্ছেদত কৰ্মৰত আছিল গায়ত্ৰী হাজৰিকা গায়ত্ৰীৰ নামত উদ্ধাৰ কৰা হৈছে এখন ছুইচাড নোট