ছমাহে পানীৰ তলত লখিমপুৰৰ পৌৰপতিৰ ৱাৰ্ড

ছমাহে পানীৰ তলত লখিমপুৰৰ পৌৰপতিৰ ৱাৰ্ড

মুঠ একৈশটা ৱাৰ্ডেৰে গঠিত লখিমপুৰ পৌৰসভা। বিগত সময়ত ১৪টা ৱাৰ্ডেৰে গঠিত পৌৰসভাখনৰ শেহতীয়াকৈ ৱাৰ্ডৰ সম্প্ৰসাৰণ ঘটাই ২১টালৈ বৃদ্ধি কৰা হয় ৱাৰ্ডৰ সংখ্যা। সম্প্রতি বিজেপিৰ দখলত থকা পৌৰসভাখনৰ পৌৰপতিৰ দায়িত্বত আছে নিবেদিতা দত্ত। তেওঁ তিনি নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছিল। পিছে এতিয়া পৌৰসভাখনৰ ভিতৰত সৰ্বাধিক বিধ্বস্ত ৰূপত আছে পৌৰপতিগৰাকীৰ ৱাৰ্ডটো। তিনি

কবৰৰ পৰা উভতি আহিল য়েভজেনি প্রিগোজিন !

কবৰৰ পৰা উভতি আহিল য়েভজেনি প্রিগোজিন !

কবৰৰ পৰা উভতি আহিল ৱাগনাৰ বাহিনীৰ মুৰব্বী য়েভজেনি প্রিগোজিন। সঁচাকৈয়ে জীৱিত আছে নেকি ৰাছিয়াৰ ভাৰাতীয়া বাহিনী ৱাগনাৰৰ মুৰব্বী? শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ক কেন্দ্র কৰি এই প্রশ্ণ উত্থাপন হৈছে৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে সদ্য ‘মৃত’ বিদ্রোহী প্রিগোজিনৰ এক ভিডিঅ’৷ এই ভিডিঅ’ত

জি-২০ সন্মিলনলৈ নাহে চীন…

জি-২০ সন্মিলনলৈ নাহে চীন…

জি-২০ সন্মিলনলৈ নাহে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিং৷ উল্লেখ্য যে জি-২০ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ভাগ লোৱাৰ কথা আছে৷ এনে পৰিপ্ৰেক্ষিতত জিন পিং আৰু বাইডেন পুনৰ মুখামুখি হ’ব বুলি সকলোৱে ধাৰণা কৰি লৈছিল৷ যোৱা বছৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনত সাক্ষাৎ হৈছিল বিশ্বৰ এই দুজন শক্তিশালী ৰাষ্ট্ৰনেতাৰ৷ অৱশ্যে বালিত বাইডেন

জোৱান চলচ্চিত্ৰত নয়নথাৰাই তেওঁৰ চৰিত্ৰৰ বাবে ১১ কোটি টকা মাচুল লৈছে…

জোৱান চলচ্চিত্ৰত নয়নথাৰাই তেওঁৰ চৰিত্ৰৰ বাবে ১১ কোটি টকা মাচুল লৈছে…

শ্বাহৰুখ খানৰ জৱানত নয়ন্তৰাক একচন ৰূপত দেখা গৈছে । এই ছবিখনৰ ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাব অভিনেত্ৰী নয়নথাৰাই। ইতিমধ্যে শ্বাহৰুখ খানৰ ছবি জৱানৰ ট্ৰেইলাৰ ছ’চিয়েল মিডিয়াত মুক্তি পালে। শ্বাহৰুখ খানৰ লগতে নয়নথাৰাৰ বল্ড ষ্টাইল জৱানৰ ট্ৰেইলাৰতো দেখা গৈছে। দক্ষিণ উদ্যোগৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী নয়নথাৰাই জৱানত সুন্দৰ অভিনয় কৰিছে।

চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ; পুনৰ জংঘললৈ যোৱাৰ হুংকাৰ পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ

চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ; পুনৰ জংঘললৈ যোৱাৰ হুংকাৰ পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ

ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সতে হোৱা আদিবাসী চুক্তিৰ সময়তে জংঘলৰ পৰা ওলাই আহি অস্ত্ৰ সম্বৰণ কৰা প্ৰায় ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনে চৰকাৰৰ প্ৰৱঞ্চনাৰ বাবে বাধ্য হৈ পুনৰ হাতত অস্ত্ৰ তুলি জংঘললৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷ প্ৰাক্তন আদিবাসী উগ্ৰপন্থী সংগঠন বীৰছা কোমাণ্ড ফোৰ্চে মানাহৰ বাঁহবাৰীত অনুষ্ঠিত কৰা এক সংবাদমেলৰ