আমি কাৰ্যালয় নিৰ্মাণ কৰিব নোৱাৰিলো ঠিকেই, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহি যিখন ষ্টেডিয়ামত বিহু নৃত্য উপভোগ কৰিলে সেই সৰুসজাই কংগ্ৰেছে নিৰ্মাণ কৰিছিল। অসমৰ দলং, ৰাস্তা-ঘাট আৰু সকলো বুনিয়াদী আন্তঃগাথনি কংগ্ৰেছ চৰকাৰৰ দিনতেই হোৱা। আজি উজনিৰ বাগানে বাগানে কাৰ্যসূচীত সাংবাদিকৰে হোৱা মুখামুখিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এইদৰে
बॉलीवुड एक्टर ऋतिक रोशन फिल्मों के साथ-साथ अपनी लव लाइफ को लेकर भी चर्चा में रहते हैं। वो लंबे समय से खुद से 12 साल छोटी एक्ट्रेस सबा आजाद को डेट कर रहे हैं। दोनों पब्लिकली अपने प्यार का ऐलान कर चुके हैं और अक्सर लंच-डिनर डेट्स और वेकेशन पर
भोजपुरी फिल्मों की एक्ट्रेस प्रियांशु सिंह ने करीबी दोस्त और को-स्टार पुनीत सिंह पर रेप और शारीरिक शोषण का आरोप लगाया है। इस आरोप से पूरी भोजपुरी इंडस्ट्री में सनसनी फैल गई है। प्रियांशु सिंह ने दावा किया है कि पुनीत सिंह ने उन्हें शादी का झांसा देकर फंसाया और
মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্প এতিয়া যেন অশ্বডিম্বত পৰিণত হোৱাৰ দিশে গতি কৰিছে৷ চৰকাৰে কোটি কোটি টকা ব্যয় কৰা গৰুখুঁটি কৃষি প্ৰকল্প সম্প্ৰতি প্ৰলয়ংকাৰী ভদীয়া বানৰ কবলত৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে ছিপাঝাৰৰ গৰুখুঁটি প্ৰকল্পৰ বিস্তিত হাজাৰ হাজাৰ বিঘা কৃষিভূমি৷ বিগত বৰ্ষৰ দৰে এইবাৰো ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ পানী বুৰ
দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, ৰাজগড়ত, পূব শৰণীয়া, দক্ষিণ শৰণীয়া, লাচিত নগৰত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ।