যোগ্যতা অৰ্জন কৰিও এছিয়ান গেমছৰ তালিকাৰ পৰা ৰহস্যজনকভাৱে বাদ পৰিল দেশৰ দ্ৰুত মানৱ হিচাপে পৰিচিত তথা ৰেকৰ্ডধাৰী দৌৰবিদ অসম সন্তান অম্লান বৰগোহাঁই৷ ১০০ আৰু ২০০ মিটাৰ দৌৰৰ চেম্পিয়ন অম্লান বৰগোহাঁইক আশ্চৰ্যজনকভাৱে সমাগত এছিয়ান গেমছৰ তালিকাৰ পৰা বাদ দিয়াক লৈ দেশৰ ক্ৰীড়াপ্ৰেমী তথা ক্ৰীড়া সংগঠকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে
বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে সংখ্যালঘু জলপানি বৃত্তিক লৈ ৷ এই কেলেংকাৰীত সাঙোৰ খাইছে ৰাজ্যৰ প্ৰায় ২২৫ খন মহাবিদ্যালয়ৰ শিক্ষক ৷ উল্লেখ্য যে,দেশৰ প্ৰায় ১৮ ৰাজ্যৰ ১৫৭২খন মহাবিদ্যালয়ত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি ৷ উল্লিখিত শিক্ষানুষ্ঠানৰ ৮০০খনে ভুৱা শিক্ষার্থীৰে ধন আত্মসাৎ কৰিছে বুলি ইতিমধ্যে জ্ঞাত হয় কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয় ৷ ১৪৪.৩৩ কোটি
নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটি অবিস্মৰণীয় দিন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পাছত আজি একেটা দিনতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে। অসমৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।”— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ জিলাত নতুনকৈ
নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাখনি শুক্ৰবাৰে অনুষ্ঠিত হয় । নগাঁও প্ৰেছ ক্লাৱত দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনি জিলা সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰু নগাঁও জিলা কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন নগাঁৱতে ২০২৪ বৰ্ষৰ
নগাঁৱত উপস্থিত হৈ নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। শুক্ৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে কোকোৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হয়। ৰাজ্য চৰকাৰে ১৮০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ এই তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মান কৰি উলিয়াইছে। আনহাতে নগাঁও চিকিৎসা