বহ্বাৰম্ভে লঘুক্ৰিয়া! পানীত পৰিল কেইবা কোটি টকীয়া গৰুখুঁটি প্ৰকল্প

বহ্বাৰম্ভে লঘুক্ৰিয়া! পানীত পৰিল কেইবা কোটি টকীয়া গৰুখুঁটি প্ৰকল্প

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্প এতিয়া যেন অশ্বডিম্বত পৰিণত হোৱাৰ দিশে গতি কৰিছে৷ চৰকাৰে কোটি কোটি টকা ব্যয় কৰা গৰুখুঁটি কৃষি প্ৰকল্প সম্প্ৰতি প্ৰলয়ংকাৰী ভদীয়া বানৰ কবলত৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে ছিপাঝাৰৰ গৰুখুঁটি প্ৰকল্পৰ বিস্তিত হাজাৰ হাজাৰ বিঘা কৃষিভূমি৷ বিগত বৰ্ষৰ দৰে এইবাৰো ছিপাঝাৰৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ পানী বুৰ

দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান…

দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান…

দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। ছাত্ৰীবাৰী, পল্টন বজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, ভঙাগড়, ৰাজগড়ত, পূব শৰণীয়া, দক্ষিণ শৰণীয়া, লাচিত নগৰত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ।

যোগ্যতা অৰ্জন কৰিও এছিয়াডৰ পৰা বাদ অম্লান

যোগ্যতা অৰ্জন কৰিও এছিয়াডৰ পৰা বাদ অম্লান

যোগ্যতা অৰ্জন কৰিও এছিয়ান গেমছৰ তালিকাৰ পৰা ৰহস্যজনকভাৱে বাদ পৰিল দেশৰ দ্ৰুত মানৱ হিচাপে পৰিচিত তথা ৰেকৰ্ডধাৰী দৌৰবিদ অসম সন্তান অম্লান বৰগোহাঁই৷ ১০০ আৰু ২০০ মিটাৰ দৌৰৰ চেম্পিয়ন অম্লান বৰগোহাঁইক আশ্চৰ্যজনকভাৱে সমাগত এছিয়ান গেমছৰ তালিকাৰ পৰা বাদ দিয়াক লৈ দেশৰ ক্ৰীড়াপ্ৰেমী তথা ক্ৰীড়া সংগঠকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে

সংখ্যালঘু জলপানি বৃত্তি কেলেংকাৰিত নাম সাঙোৰ খাইছে ৰাজ্যৰ ২২৫খন মহাবিদ্যালয়ৰ শিক্ষক

সংখ্যালঘু জলপানি বৃত্তি কেলেংকাৰিত নাম সাঙোৰ খাইছে ৰাজ্যৰ ২২৫খন মহাবিদ্যালয়ৰ শিক্ষক

বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে সংখ্যালঘু জলপানি বৃত্তিক লৈ ৷ এই কেলেংকাৰীত সাঙোৰ খাইছে ৰাজ্যৰ প্ৰায় ২২৫ খন মহাবিদ্যালয়ৰ শিক্ষক ৷ উল্লেখ্য যে,দেশৰ প্ৰায় ১৮ ৰাজ্যৰ ১৫৭২খন মহাবিদ্যালয়ত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি ৷ উল্লিখিত শিক্ষানুষ্ঠানৰ ৮০০খনে ভুৱা শিক্ষার্থীৰে ধন আত্মসাৎ কৰিছে বুলি ইতিমধ্যে জ্ঞাত হয় কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয় ৷ ১৪৪.৩৩ কোটি

নগাঁৱত মুখ্যমন্ত্ৰীৰ নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ

নগাঁৱত মুখ্যমন্ত্ৰীৰ নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটি অবিস্মৰণীয় দিন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পাছত আজি একেটা দিনতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে। অসমৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।”— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ জিলাত নতুনকৈ