আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দিয়ালে মন্ত্ৰীৰ গাড়ীয়ে, কথমপি প্ৰাণৰক্ষা মন্ত্ৰীগৰাকীৰ

আনন্দ মিশ্ৰৰ এছক’ৰ্টৰ বাহনত খুন্দিয়ালে মন্ত্ৰীৰ গাড়ীয়ে, কথমপি প্ৰাণৰক্ষা মন্ত্ৰীগৰাকীৰ

লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী। লালুকৰ পুখুৰীয়াত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে। কথমপি প্ৰাণৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ। দুৰ্ঘটনাগ্ৰস্থ ফৰ্চুনাৰখনৰ নম্বৰ AR 01L 0028। পাছিঘাটৰ পৰা লখিমপুৰ

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা শিক্ষকক কাণত ধৰি আঁঠু কঢ়ালে ৰাইজে

নগাঁৱৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ সুনামত কালিকা সানিলে এজন শিক্ষকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ এগৰাকী শিক্ষকৰ বিৰুদ্ধে। অভিযোগৰ পাছতে অভিযুক্ত শিক্ষকক কাণত ধৰাই আঠুকঢ়ালে ৰাইজে। শিক্ষক গৰাকী

দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

দেশৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ আছে অসমত, জানক আঁৰৰ কাহিনী

এটা ঐতিহাসিক বিশ্বকৰ্মা মন্দিৰ। প্ৰবাদ অনুসৰি মন্দিৰটো বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল আৰু নিজেই ধংস কৰিছিল৷ লোকবিশ্বাস আছে যে মন্দিৰটোত পুজা অৰ্চনা কৰিলে যান বাহনৰ গৰাকী বা চালকৰ যানবাহন দুৰ্ঘটনা নহয়

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু…

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু । ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত । ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় ।

ৰঙিয়া আৰক্ষীৰ প্ৰায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীৰ প্ৰায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ

ৰঙিয়া আৰক্ষীয়ে আজি এক অভিযান চলাই প্রায় 4 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে । এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ফাটেমা কনভেণ্ট স্কুলৰ সমুখত এখন AS 01 DW 0917 নম্বৰৰ

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us