ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই…

ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই…

ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই আৰক্ষীৰ জালত ৰড চোৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা সন্তোষ বৰগোহাঁই পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁইক গ্ৰেপ্তাৰ বান্দৰদেৱাৰ পৰা তিনিচুকীয়ালৈ ২৭ টন ৰড পিকআপ ভানেৰে লৈ যোৱা হৈছিল তিনিচুকীয়ালৈ লৈ নগৈ গাড়ীচালকৰে মিলি যুৱ মৰ্চাৰ নেতাই জোনাইলৈ লৈ যায়

আঁঠুৰ বিষ? এই উপায়েৰে সকাহ লওক

আঁঠুৰ বিষ? এই উপায়েৰে সকাহ লওক

আঁঠুৰ বিষত আক্ৰান্ত হ’লে দৈনন্দিন কামকাজত ব্যাঘাত জন্মে৷ আঁঠুৱে শৰীৰৰ গোটেই ভাৰ বহন কৰে৷ জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ নতুন শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰ ভিতৰত আঁঠুৰ বিষো অন্যতম৷ সাধাৰণতে শৰীৰৰ ওজন বৃদ্ধি, বয়স বৃদ্ধি, অত্যধিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা, শৰীৰত কেলছিয়াম, মিনাৰেলৰ অভাৱ হ’লেও আঁঠুৰ বিষত

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ ধৰা পৰিলে বহুতো নিয়ম অনুসৰণ কৰিব লাগে । বিশেষকৈ খোৱাত। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, সকলো খাদ্য ইচ্ছামতে খাব নোৱাৰি।কেৱল মিঠাইয়ে নহয়, বাহিৰৰ খাদ্য খুৱাও সম্পূৰ্ণৰূপে বন্ধ কৰা হয়। যদি খাদ্য গ্ৰহণ কৰা নিয়মসমূহ অনুসৰণ নকৰে, ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাটো কঠিন হৈ পৰে । অৱশ্যে, ৰোগ যিয়েই

ইলাচি চাহ খালে পোৱা যায় এইবোৰ উপকাৰ

ইলাচি চাহ খালে পোৱা যায় এইবোৰ উপকাৰ

চাহ বেয়া পোৱা লোকৰ সংখ্যা অতি কম৷ প্ৰায়ভাগ লোকে পুৱাৰ চাহ কাপেৰে দিনটো আৰম্ভ কৰে৷ চাহৰ সৈতে দুই বা এটা ইলাচি মিহলাই খালে বেছি উপকাৰ পোৱা যায়৷ চাহ বনোৱাৰ সময়ত ইলাচিৰ দানা এটা পেলাই দিলে সোৱাদ বৃদ্ধি পোৱাৰ লগতে সুগন্ধি বাঢ়ে৷ তদুপৰি চাহৰ সৈতে ইলাচি মিহলাই খালে বিভিন্ন উপকাৰ পোৱা

চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

চকু ভালে ৰাখিবলৈ মানি চলক এইসমূহ নিয়ম

আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূর্ণ অংগ, অতি স্পর্শকাতৰ তথা দটিল ইন্দ্ৰিয় হ’ল চকু। সেয়ে চকুৰ সামান্যতম সমস্যাকো কেতিয়াও অৱহেলা কৰা উচিত নহয়। কাৰণ সামান্য সমস্যাৰ পৰাই এসময়ত দৃষ্টিশক্তি পর্যন্ত হেৰুৱাবলগীয়া হ’ব পাৰে। সেয়ে চকু ভালে ৰাখিবলৈ আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব। ফল আৰু পাচলি : চকু ভালে ৰাখিবলৈ গাজৰ বেছিকৈ