আৰম্ভ হ’ল SUPER BLUE MOON চন্দ্ৰৰ এই বিৰল দৃশ্যক বিশ্বজুৰি উৎসুকতা। দেশৰ প্ৰান্তে প্ৰান্তে SUPER BLUE MOONৰ দৃশ্য উপভোগ
গুৱাহাটীৰ ইতিহাসত সূচনা হ’ল নতুন অধ্যায়ৰ মুকলি হ’ল অসমৰ আটাইতকৈ দীঘল উৰণসেতু নীলাচল ফ্লাইঅভাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন। পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।
মই দিল্লীত গৈ মোৰ কব লগা খিনি কৈছিলো। ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাক সাক্ষাৎ কৰি তেওঁকো মই মনৰ কথা খিনি কৈছো। আমাৰ যি আদৰ্শ আছে/ যি আদৰ্শলৈ আমি দলত অন্তৰ্ভুক্ত হৈছিলো আৰু যি আদৰ্শক আমি শিৰোগত কৰি লৈছিলো সেই আদর্শ আমি জীয়াই থকাটো বিচাৰো। দলৰ নেতৃত্বই ভাল সিদ্ধান্ত লব/ দলৰ
🔴অংকিতা দত্তলৈ পুনৰ CBIৰ চমন 🔴আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব