Tag: Basundhara assam

মিছন বসুন্ধৰা ২.੦; আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী

মিছন বসুন্ধৰা ২.੦; আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী

গুৱাহাটী: ভূমি-সংক্ৰান্তীয় কাম-কাজ সহজ কৰি তােলাৰ বাবে অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিছে মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানিত বুধবাৰে মুকলি কৰে এই আঁচনি। এই সুবিধাৰ জৰিয়তে ঘৰত বহিয়েই অনলাইন যোগে সকলোৱে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন কৰিব পাৰিব।