Tag: gauhati university koch rajbongshi students

গুক্ৰাছাৰ বাৰ্ষিক মুখপাত্ৰ ” বিহান ” ৰ লেখা আহ্বান

গুক্ৰাছাৰ বাৰ্ষিক মুখপাত্ৰ ” বিহান ” ৰ লেখা আহ্বান

  গৌহাটি ইউনিভাৰ্চিটি কোচ ৰাজবংশী ষ্টুডেন্টছ্ এছোচিয়েছনৰ পঞ্চমতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গুক্ৰাছাৰ বাৰ্ষিক মুখপত্ৰ “বিহান”ৰ তৃতীয় সংখ্যা প্ৰকাশ কৰিবলৈ ওলাইছে | সংগঠনটোৰ আলোচনী সম্পাদক/সম্পাদিকা প্লাৱিতা দাস আৰু দ্বীপজ্যোতি ৰায়ে জনোৱা অনুসৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা , ইতিহাস , সমাজ, কলা-সংস্কৃতিৰ এক বৌদ্ধিক আন্দোলন গঢ়ি তুলিবলৈ বিহানৰ জড়িয়তে গুক্ৰছাই