Advertisement

Tag: gaurav gogoi

অৱশেষত পঞ্চভূতত বিলীন হ’ল তৰুণ গগৈ, পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি, অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সকলোৱে

অৱশেষত পঞ্চভূতত বিলীন হ’ল তৰুণ গগৈ, পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি, অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে সকলোৱে

হেৰাই গ’ল সেই হাঁহি ভৰা মুখ খন। সকলোকে সম দৃষ্টিৰে চোৱা আধুনীক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন