হেৰাই গ’ল সেই হাঁহি ভৰা মুখ খন। সকলোকে সম দৃষ্টিৰে চোৱা আধুনীক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। পুত্ৰ গৌৰৱ গগৈয়ে কৰে পিতৃৰ মুখাগ্নি। জনসমুদ্ৰত পৰিণত হ’ল শ্মশানস্থলী। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত