Tag: last 20 years.

মৃতদেহ তুলি ভাগৰি নপৰা চাপৰমুখৰ হেমৰাজ বাছফৰঃ বিশ বছৰ ধৰি ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ

মৃতদেহ তুলি ভাগৰি নপৰা চাপৰমুখৰ হেমৰাজ বাছফৰঃ বিশ বছৰ ধৰি ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ

মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ’ব পাৰে, কিন্তু