Tag: local utpaat

১৩ মে’ত ছবিগৃহলৈ কেনি বসুমতাৰী পৰিচালিত লোকেল উৎপাত; ট্ৰেইলাৰ মুকলি

১৩ মে’ত ছবিগৃহলৈ কেনি বসুমতাৰী পৰিচালিত লোকেল উৎপাত; ট্ৰেইলাৰ মুকলি

অসমৰ ছবি জগতৰ বাবে ভাল খবৰ।কেনি বসুমতাৰীৰ লিখিত-পৰিচালিত ছবি ‘লোকেল উৎপাত’ৰ ট্ৰেইলাৰ মুকলি।অহা ১৩ মেত মুক্তিলাভ কৰিব লগা ছবিখনৰ ট্রেইলাৰ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে।উল্লেখ্য যে ,লোকেল কুংফু আৰু হেভি বাজেটৰ বেনাৰত নিৰ্মিত চতুৰ্থখন ফিচাৰ ফিল্ম লোকেল উৎপাত।বন্ধু তথা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পৰা ছবিখনৰ মূল কাহিনী এটা