Advertisement

Tag: new movie

নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কামৰ মাজতে কামপুৰৰ কপিলী নৈত সাতুৰিলে জুবিনে। ৰাজনীতিক বিষয় হিচাপে লৈ নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী চিনেমাত জুবিনে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিব। ইপিনে সমগ্ৰ