Tag: ratan tata

ৰতন টাটাই ভালপোৱা আৰু বেয়া পোৱা বস্তুবোৰ

ৰতন টাটাই ভালপোৱা আৰু বেয়া পোৱা বস্তুবোৰ

অসমত কেইবাখনো কৰ্কট হাস্পতাল প্ৰতিষ্ঠাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি সম্প্ৰতি চৰ্চাত আছে দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন এন টাটা। মানৱতাবাদী কৰ্মৰাজি আৰু বিনয়ী ব্যক্তিত্বৰ বাবে আন উদ্যোগপতিসকলতকৈ এক পৃথক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই। ৰতন টাটাই সদায় এক সহজ-সৰল জীৱন যাপন কৰি ভাল পায়। তেওঁৰ পুৰণি