মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ’ব পাৰে, কিন্তু