Tag: Sarmistha Pritam

বিবাহপাশত আৱদ্ধ হ’ল বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম।

বিবাহপাশত আৱদ্ধ হ’ল বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম।

পখিলা খেদাৰ বয়সতে অচল হৈ গৈছিল কিশোৰীগৰাকীৰ ভৰি দুখন। SMA অৰ্থাৎ মানুহৰ শৰীৰৰ পেশীৰ গতি নিয়ন্ত্ৰণ কৰি স্নায়ুকোষক প্ৰভাৱিত কৰা এক ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। নগাওঁ জিলাৰ ঐতিহাসিক স্থান ফুলগুৰিৰ ‘শান্তি নিলয়’ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল যুৱতীগৰাকীৰ জীৱন সংগী। অতি প্ৰতিভাশালী এই যুৱতীগৰাকীৰ নাম শৰ্মিষ্ঠা