মৃতদেহ ফ্ৰীজত ভৰাই বন্দনাই গৈছিল জীমলৈ, অংশ লৈছিল মাৰাথন দৌৰত। গুৱাহাটীত নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল হত্যাকাৰী বন্দনাই। গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত। বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা