Tag: zubeen panbazaar Police station

পাণবজাৰ মহিলা থানাত উপস্থিত জুবিন

পাণবজাৰ মহিলা থানাত উপস্থিত জুবিন

মহানগৰীৰ পাণবজাৰস্থিত মহিলা থানাত আজি উপস্থিত হয় জনপ্রিয় শিল্পী জুবিন গার্গ৷ পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে থানাত ৰুজু হোৱা ৩/২১ নম্বৰৰ গোচৰৰ ভিত্তিত জনপ্রিয় শিল্পীগৰাকীক থানালৈ মাতি পঠিওৱাত আজি নিশাৰ ভাগত জুবিন গার্গ কেইবাগৰাকী লোকৰ উপস্থিতিত পাণবজাৰ মহিলা থানাত উপস্থিত হয়৷ উল্লেখ্য যে অলপতে জনপ্রিয় শিল্পীগৰাকীয়ে দুগৰাকী অভিনেত্রীক কেন্দ্র কৰি অশালীন