শুকুৰবাৰে এক অনন্য শোভাযাত্ৰা দেখিবলৈ পোৱা গ’ল। এখন বিয়াত দৰাই হাতী, ঘোঁৰা বা দামী গাড়ীৰ সলনি ৮০ গৰাকী বৰযাত্ৰীৰ সৈতে চাইকেল চলাই কইনা নিবলৈ আহিছিল।