চাইকেল চলাই দৰা আহিল কইনা নিবলৈ, লগত আহিল ৮০ গৰাকী বৰযাত্ৰী GTM Desk June 21, 2023 Assamese News শুকুৰবাৰে এক অনন্য শোভাযাত্ৰা দেখিবলৈ পোৱা গ’ল। এখন বিয়াত দৰাই হাতী, ঘোঁৰা বা দামী গাড়ীৰ সলনি ৮০ গৰাকী বৰযাত্ৰীৰ সৈতে চাইকেল চলাই কইনা নিবলৈ আহিছিল। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram