32.3 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

জ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ দেহাৱসান, সাংবাদিকতাৰ লগতে জড়িত আছিল সমাজ সেৱাতো

Assamese Newsজ্যেষ্ঠ সাংবাদিক পি পি সিঙৰ দেহাৱসান, সাংবাদিকতাৰ লগতে জড়িত আছিল সমাজ সেৱাতো

৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জ্যেষ্ঠ সাংবাদিক পি পি সিঙে। হৃদৰোগৰ বাবে দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মীগৰাকীয়ে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী হৃদৰোগত আক্ৰান্ত হৈ আছিল

সাংবাদিকতাৰ ক্ষেত্ৰখনত ৩০ বছৰতকৈও অধিক সময় ধৰি কাম কৰিছিল পি পি সিঙে। ত্ৰিপুৰাত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইকো টাইমছ আৰু বিবিচিতো কাম কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উত্তৰ-পূবৰ পৰা প্ৰথমটো নিউজ পৰ্টেল আৰম্ভ কৰিছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!