নৱনিৰ্মিত মালিগাঁও উৰণসেতুত স্থাপন কৰা লোকনিৰ্মাণ বিভাগৰ ফলকত বানান বিভ্ৰাট।

পানবজাৰ, মালি গাঁও, উৰণ সেতু পৰিৱৰ্তে হ’ব লাগে ক্ৰমে পাণবজাৰ, মালিগাঁও আৰু উৰণসেতু।