জাইকাৰ পাইপ ফুটাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে । পানীৰ পাইপ ফুটিবই, খালী ফুটাৰ লগ লগেই বন্ধ কৰি দিব লাগে । আপোনালোকে গুগল কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে । পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে । কিন্তু পাইপ ফুটিলে কন্টোলত লগে লগেই গম পাব লাগে আৰু বন্ধ কৰিব লাগে ।”