25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

ভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

Assamese Newsভাৰত গৌৰৱ সন্মান লাভ কৰিলে নগাঁৱৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই

সত্ৰীয়া নৃত্য পৰিৱেশনৰে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ’ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই সত্ৰীয়া নৃত্য পৰিৱেশন কৰা বাবে ” ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” ভাৰত গৌৰৱ সন্মান প্ৰদান কৰে ।

নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাক এই সন্মানত “ইণ্ডিয়া প্ৰাওদ বুক অফ ৰেকৰ্ডছে” এটা ট্ৰ’ফী,এখন চাৰ্টিফিকেট আৰু এটা ব্ৰঞ্জৰ মেডেল আগবঢ়ায়। ইয়াৰ সমান্তৰালভাৱে ভাৱে শেহতীয়াকৈ নীলাঞ্জনা বেজবৰুৱাই “পিংক এণ্ড ব্লু ৱৰ্ল্ড ৰেকৰ্ডতো” স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি যুৱতী গৰাকী নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। এতিয়া নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালৰবৰ্গৰ লগতে গাওঁবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!