মহানগৰীৰ ছয়মাইলত দুৰ্ঘটনা : আহত বাইক আৰোহী
মহানগৰীৰ ছয়মাইলত দুৰ্ঘটনা
ছয়মাইলৰ উৰণ সেঁতুৰ তলত সংঘটিত এই দুৰ্ঘটনা
অইল টেংকাৰ আৰু বাইকৰ মাজত সংঘৰ্ষ
ঘটনাত সামান্য পৰিমাণে আহত বাইক আৰোহী
বাইক আৰোহীৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্রত্যক্ষদৰ্শীৰ