30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

শ্বহীদ জোৱানলৈ গোঁসাইগাঁও নেতাজী সুভাষ ক্লাব কাম লাইব্ৰেৰীৰ শ্ৰদ্ধাঞ্জলি

Assamese Newsশ্বহীদ জোৱানলৈ গোঁসাইগাঁও নেতাজী সুভাষ ক্লাব কাম লাইব্ৰেৰীৰ শ্ৰদ্ধাঞ্জলি

শ্বহীদৰ দালোৱানত যোৱা মঙ্গলবাৰ পুৱতি নিশা চীনৰ সৈন্যৰ সৈতে সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাসকললৈ শ্ৰদ্ধা আৰু আত্মাৰ চিৰশান্তিৰ বাবে আজি গোসাইগাৱঁত নেতাজী সুভাষ ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত ম’ম বাতিলৈ মৌন সমদল উলিওৱাৰ লগতে এটি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন কৰা হয় ৷

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!