25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

১২ এপ্ৰিলৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো?

Assamese News১২ এপ্ৰিলৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো?

মেষ : পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত হঠাৎ বিঘিনিৰ সৃষ্টি হ’ব পাৰে, মগজু শীতল কৰি ৰখা প্ৰয়োজন।

বৃষ : জীৱনলৈ নতুন সুযোগ আহিব, তাক নিজৰ পৰিকল্পনা কৰি লক্ষ্যৰ দিশে আগুৱাব লাগিব।

মিথুন : জীৱন ছন্দলৈ ঘূৰি আহিব। বিশেষকৈ কোনো সুখবৰ পোৱাৰ সম্ভাৱনা আছে।

কৰ্কট : কৰ্মজীৱনে হওক বা প্ৰেম – আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত লোৱা উচিত নহ’ব।

সিংহ : নিজকে সদাই সময় দিব লাগিব, কিন্তু তাৰ পূৰ্বে হাতত থকা কামো শেষ কৰা প্ৰয়োজন।

কন্যা : আজি অকলে কাম শেষ কৰা কঠিন হ’ব, আনৰ সহায় ল’লে ভাল হ’ব!

তুলা : অতীতত সম্পৰ্ক থকা লোকৰ সৈতে পুনৰ দেখা হ’ব, দিনটো মসৃন ছন্দত পাৰ হ’ব।

বৃশ্চিক : পৰিশ্ৰমৰ সুফল এইবাৰ লাভ কৰিব, কামত কিছু বিৰতি দি বিশ্ৰাম লোৱা প্ৰয়োজন।

ধনু : সকলোৰে মনোযোগ জয় কৰা সম্ভৱ হ’ব। জয় কৰিব পাৰিব গোপন শত্ৰুকো।

মকৰ : উপদেশ শুদ্ধ হ’লেও ভদ্ৰতাৰ বাবে নাকচ কৰা হ’ব – স্বভাৱৰ সলনি কৰাৰ প্ৰয়োজন আছে।

কুম্ভ : আৰ্থিক সমস্যা এতিয়া দূৰ নহ’ব, স্বভাৱগত সৃজনশীলতা কামত লগাব লাগিব।

মীন : দ্ৰুতগতিত সকলো বাধা অতিক্ৰম কৰিব পাৰিব, কোনোৱে বিপক্ষে মূৰ তুলিবলৈ সাহস নকৰিব।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!