🔘 দেওবাৰৰ ভিতৰত বি এড ডিগ্ৰী শিক্ষকৰ তালিকা দাখিলৰ নিৰ্দেশ

🔘 দাখিল কৰিব লাগিব বি এডৰ মূল প্ৰমাণপত্ৰসহ নম্বৰৰ তালিকা

🔘 ভুৱা ডিগ্ৰীৰে চাকৰি কৰাসকলক চিনাক্ত কৰাৰ বাবে এই সিদ্ধান্ত

🔘 মুখ্যমন্ত্ৰীৰ তৎপৰতাত শিক্ষা বিভাগৰ এই নিৰ্দেশনা