25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

ৰোলবল বিশ্বকাপৰ বাবে ভাৰতীয় দলত নির্বাচিত অসম কন্যা আলিছা ফাৰহান

Assamese Newsৰোলবল বিশ্বকাপৰ বাবে ভাৰতীয় দলত নির্বাচিত অসম কন্যা আলিছা ফাৰহান

এটা ভাল খবৰ।

ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী।

ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৰহাটৰ আলিছা ফাৰহানে।

২৬ এপ্ৰিলৰ পৰা পুনেত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত তালিকাভুক্ত হৈছে অসমৰ আন এগৰাকী খেলুৱৈ অনুৰাগ বাছফৰো।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!