অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

অভিনতা দ্বীপজ্যোতি কেউট হেলথ চিটি হাস্পতালত ভৰ্তি

জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটগুৰুতৰভাৱে অসুস্থ।

হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।

‘বেহাৰবাৰী আউট পোষ্ট’ ধাৰাবাহিকত ‘মোহন’ চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

জানিব পৰা মতে চিকিৎসকে অভিনেতাগৰাকীক অস্ত্ৰোপচাৰ কৰিছে।

হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে কৰিছে এই অস্ত্ৰোপচাৰ।

অভিনেতাগৰাকীক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে অনুৰাগীসকল।

GTM Desk

Related