অভিনেতা কিশোৰ দাসৰ দেহাৱসান

অভিনেতা কিশোৰ দাসৰ দেহাৱসান

চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।
বহুদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল।

দীৰ্ঘদিন ধৰি মহানগৰীৰ ‘হেলথ চিটি’ নামৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল তেওঁ।

শনিবাৰে চেন্নাই চহৰৰ এখন প্ৰাইভেট হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকী।

মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ জানিব পৰা যোৱা নাই।

GTM Desk

Related