Advertisement

আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

সীমাহীন উত্কণ্ঠা গুৱাহাটী বিশ্ববিদ্যালয়ত।

আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা।

আজি কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচিত হ’ব নতুন প্ৰতিনিধি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ