ঈদৰ দিনাই সৰভোগৰ বেঁকী নৈৰ ওপৰত থকা ব্ৰীজৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা
♻️.পথ দুৰ্ঘটনাত থিতাতে এজন বাইক আৰোহী নিহত হোৱা বুলি জানিবলৈ পোৱা গৈছে

♻️.জানিব পৰা অনুসৰি নিহত হোৱা বাইক আৰোহী ১৪ বছৰীয়া মকছিদুল ইছলামচিৰাং জিলাৰ পানবাৰী টেকাইমাৰীৰ
♻️.AS 26 G 7513 বাইক আৰু RJ 18 GC 1369 নম্বৰ ট্ৰাকৰ মাজত সংগঠিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা
♻️.ঘটনাস্থলিত সৰভোগ আৰক্ষী উপস্থিত হে পথ দুৰ্ঘটনা সংঘটিত কৰা দুয়োটা বাহন জব্দ কৰি সৰভোগ আৰক্ষী লৈ আনে