চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

চিলঙনীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী এটা দলে চিলঙনীত চলাইছিল এই অভিযান।

অভিযানত চাবোনৰ বাকচ সহ আটক ড্ৰাগছ সৰৱৰাহকাৰী।

আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰীটোৰ নাম দিলদাৰ হুছেইন।

সৰৱৰাহকাৰী টোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১২৩. ৮৫ গ্ৰাম সন্দেহজনক ড্ৰাগছ।

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ড্ৰাগছ সৰৱৰাহকাৰীটোক

GTM Desk

Related