দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত।

অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে উপস্থিত থাকে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা।

Shahnawaz Hamza