নগাঁৱত অধিবক্তাৰ মাজত খণ্ডযুদ্ধ…

নগাঁৱত অধিবক্তাৰ মাজত খণ্ডযুদ্ধ…

নগাঁও বাৰ এছ’চিয়েছনৰ সভাপতি আবুল হুছেইন খণ্ডকাৰ আৰু অধিবক্তা হুছেইন মহম্মদ ৰিজৱানৰ মাজত সংঘাত।

খণ্ডকাৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ৰিজৱানক।

খণ্ডকাৰৰ মতে ৰিজৱানে আদালত চৌহদত চলাইছিল ড্ৰাগছৰ বেহা।

ৰিজৱানে পকেটত ড্ৰাগছৰ কণ্টেইনাৰ লৈ ফুৰাৰো অভিযোগ কৰে খণ্ডকাৰে।

ইপিনে খণ্ডকাৰৰ বিৰুদ্ধেও একেই অভিযোগ কৰে ৰিজৱানে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰিছে ৰিজৱানক।

GTM Desk

Related