নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ তিনিজনক কৰায়ত্ত ।
ধৃত লোককেইজন হৈছে পৰীক্ষিত নাথ , ৰমজান আলি আৰু আলি ৰহমান ।
নগাঁৱৰ মৰিকলঙত আৰক্ষীয়ে চলাইছিল এই অভিযান ।
দীৰ্ঘদিন ধৰি চলাই আহিছিল নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায় ।
Adil Shah Alam report, nagaon.